হোজাই জিলাত জাৰি কৰা হৈছে ১৪৪ধাৰা।
আগন্তুক দুৰ্গা পূজা, দীপাৱলী উৎসৱ উপলক্ষে এই ঘোষণা।
জনসাধাৰণৰ শান্তি, শৃংখলা আৰু নিৰাপত্তাৰ স্বাৰ্থত ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত এই নিৰ্দেশ জাৰি।
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশ।









