অসম

অসমীয়া পৰম্পৰাগত সাজ-পাৰত মা-দুৰ্গা…

অসমীয়া পৰম্পৰাগত সাজ-পাৰত মা-দুৰ্গা।

গুৱাহাটী মহানগৰীত অসমীয়া পৰম্পৰাগত সাজ-পাৰ, আ-অলংকাৰত দেখিবলৈ পোৱা গৈছে দেৱী দুৰ্গাৰ প্ৰতিমা।

মহানগৰীৰ এগৰাকী মৃৎ শিল্পীয়ে অসমীয়া সাজ পাৰত নিৰ্মাণ কৰিছে প্ৰতিমা।

মহানগৰীৰ বিষ্ণুপুৰৰ নিৰ্মল পাল নামৰ মৃৎ শিল্পীগৰাকীয়ে প্ৰায় দুমাহৰ ভিতৰত নিৰ্মাণ কৰিছে দুৰ্গাদেৱীৰ প্ৰতিমা।

প্ৰতিমাটোৰ উচ্চতা ৯ ফুট বহল ১৪ ফুট।

প্ৰথমবাৰৰ বাবে অসমীয়া পৰম্পৰাগত সাজ পাৰত নিৰ্মাণ কৰিছে দুৰ্গা দেৱীৰ প্ৰতিমা।

দেৱীৰ প্ৰতিমাটোৰ সাজপাৰ আ অলংকাৰ সম্পূৰ্ণ মাটিৰে নিৰ্মাণ কৰিছে বুলি মৃৎ শিল্পী গৰাকীয়ে সদৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *