অসমঅসমীয়া

অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ অভিযােগ গ্ৰেপ্তাৰ কাৰ্বি ছাত্ৰ সন্থাৰ নেতা ৰাকেশ তেৰাং

নিউজ ডেস্ক। এইবাৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী ছাত্ৰ নেতা৷

ডিফুত গ্ৰেপ্তাৰ কাৰ্বি ছাত্ৰ সন্থাৰ নেতা ৰাকেশ তেৰাং৷

অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ অভিযােগত গ্ৰেপ্তাৰ হয় ছাত্ৰ নেতাজন।

photo 2023 01 31 13 01 56

ভিডিঅ’ ভাইৰেল কৰাক লৈ ডিফু থানাত এজাহাৰ দাখিল।

এগৰাকী ব্যৱসায়ীৰ পুত্ৰই ১০ জানুৱাৰীত ছাত্ৰ নেতা ৰাকেশৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।

ৰাকেশ তেৰাঙৰ উপৰি পল তেৰাং নামৰ আন এজনৰ বিৰুদ্ধেও দাখিল কৰিছিল অভিযোগ।

যুৱতীৰ সৈতে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি ধন দাবীৰে ব্লেকমেইল কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে

যুৱতীক বলপূৰ্বকভাৱে এখন গাড়ীত উঠাই নিয়াৰো অভিযোগ।