অসম

অবৈধ কয়লা সৰবৰাহত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল আলী আজিজ বৰভূঞা

কাছাৰত গ্ৰেপ্তাৰ ষষ্ঠ বেটেলিয়ানৰ এজন আৰক্ষী কনিষ্টবল।

গ্ৰেপ্তাৰ হোৱা কনিষ্টবল গৰাকীৰ নাম আলী আজিজ বৰভূঞা বুলি জানিব পৰা গৈছে৷

দিগৰখালৰ চেক গেটৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কনিষ্টবল গৰাকীক৷

অবৈধ কয়লা সৰবৰাহ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে কনিষ্টবল গৰাকীক৷

দিগৰখালৰ চেক গেটত নিয়োজিত আছিল ষষ্ঠ বেটেলিয়ানৰ কনিষ্টবল গৰাকী৷

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমন দ্বীপ কৌৰে নিশ্চিত কৰিছে গ্ৰেপ্তাৰ কৰা খবৰটো৷

Leave a Reply

Your email address will not be published. Required fields are marked *