অসম

অনিমেষ ভূঞা হত্যাকাণ্ডৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ…

যোৰহাটৰ দিন দুপৰতে সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ।

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক।

যুৱকজনৰ নাম হৈছে সুশান্ত শৰ্মা।

যোৰহাটৰ পৰা আহি গুৱাহাটীত আত্মগোপন কৰি আছিল যুৱকজনে।

এই ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে ১৫গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

সুশান্ত শৰ্মাও আছিল ক’লা ল’ৰাৰ অনুগামী।

উল্লেখ্য যে, হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ তদন্তৰ সময়তে পলাবলৈ চেষ্টা কৰি দুৰ্ঘটনাত মৃত্যু হৈছে।

লগতে চাওকঃ

Supersonic Boom! ভয়ংকৰ শব্দই কঁপাই গ’ল উজনি অসমৰ বৃহৎ অঞ্চল

Leave a Reply

Your email address will not be published. Required fields are marked *