অতি মৰ্মান্তিক! পুখুৰীত পৰি একেলগে সলিল সমাধি ঘটিল ৬টাকৈ শিশুৰ…

এক অতি শোকাৱহ ঘটনা।

পুখুৰীত পৰি একেলগে সলিল সমাধি ঘটিল ৬টাকৈ শিশুৰ।

হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

নেৰানেপেৰা বৰষুণৰ মাজতে সংঘটিত হয় এই ঘটনা।

মৃত্যু হোৱা শিশুকেইটাৰ বয়স ৮-১৩ বছৰ।

জানিব পৰা মতে, মুষলধাৰ বৰষুণৰ ফলত পুখুৰীৰ গভীৰতা বৃদ্ধি পোৱাত পানীত সাঁতুৰিবলৈ গৈছিল শিশুকেইটাই।

ইয়াৰ পিছতে শিশু কেইটা পুখুৰীৰ পানীত ডুব গৈছে।

ইতিমধ্যে ৬ টি শিশুৰে মৃতদেহ উদ্ধাৰ হৈছে।