নিউজ ডেস্ক। অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।
ধেমাজিত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে, ক’ভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ বাবে ৰাজ্যত অষ্টম শ্ৰেণীলৈ বন্ধ কৰি দিয়া হৈছিল শিক্ষানুষ্ঠানসমূহ।
কিন্তু ক’ভিৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পোৱাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
সেই অনুসৰি অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে চাওকঃ
লটাৰীত লাভ কৰা এখন মটৰ চাইকেলেই কাল হ’ল এজন অসম আৰক্ষী জোৱানৰ
