অসম
শোকাৱহ! ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ’ল এটি শিশুৰ…

এক শোকাৱহ ঘটনা।
ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ’ল এটি শিশুৰ।
হাইলাকান্দিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
হাইলাকান্দিৰ জামিৰগাঁৱত ভূমিস্খলনত প্ৰাণ গ’ল এটি শিশুৰ।
শুই থাকোঁতেই মাটিয়ে হেঁচি ধৰিছিল শিশুটিক।
অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে শিশুটিৰ মৃতদেহ।
মৃত শিশুটি কুৰবান আলী বৰভূঞা।
ইপিনে ভূমিস্খলৰ ফলত বাসগৃহটো ধ্বংস্তুপত পৰিণত হয়।