fbpx
অসমীয়াঅসম

শোকাবহ! বহিঃৰাজ্যত কৰ্তব্যৰত অৱস্থাত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অসমৰ জোৱান জগদীশ ৰায়ৰ…

নিউজ ডেস্কঃ এক দুখৰ খবৰ!

বহিঃৰাজ্যত কৰ্তব্যৰত অৱস্থাত মৃত্যু এগৰাৰাকী অসমীয়া জোৱানৰ।

নতুন দিল্লীত মৃত্যুক সাৱটি লয় অসমৰ জোৱানগৰাকীয়ে।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু জগদীশ ৰায় নামৰ জোৱানজনৰ।

চিআইএছএফত কৰ্তব্যৰত আছিল জোৱান জগদীশ ৰায়।

মৃত জোৱানজনৰ ঘৰ কোকৰাঝাৰ জিলাৰ ফুটুকিবাৰীত বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button