fbpx
অসম

মহানগৰীৰ ধীৰেণপাৰাত গ্রেপ্তাৰ ভুৱা DTO

মহানগৰীৰ ধীৰেনপাৰাৰ পৰা গ্ৰেপ্তাৰ ভুৱা DTO

আমিনুল ৰচুল নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে লতাশিল আৰক্ষীয়ে।

DTO ৰ ভুৱা চীল মোহৰেৰে দীৰ্ঘদিনৰে পৰা চলাই আহিছিল ৰমৰমীয়া ব্যৱসায়।

মহানগৰীৰ ভঙাগড়ৰ পৰা চলাই আছিল বিভিন্ন জালিয়াতিৰ কাম।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!