অসম

ভাল খবৰ! ভাৰত আৰু নেপালৰ মাজত আৰম্ভ হ’ব ৰেল সেৱা…

এক ভাল খবৰ!

শীঘ্ৰেই ভাৰত আৰু নেপালৰ মাজত আৰম্ভ হ’ব ৰে’ল সেৱা।

২ এপ্ৰিল শনিবাৰে দুয়ো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শ্বেৰ বাহাদুৰ দেউবাই নতুন দিল্লীৰ হায়দৰাবাদ হাউচৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই ৰেল সেৱা উদ্বোধন কৰিব।

এই নতুন ৰে’ল সেৱাৰ জৰিয়তে জয়নগৰ-বিজালপুৰা-বৰদিদাসলৈকে দুয়োখন দেশৰ মাজত সংযোগ স্থাপন কৰিব।

ইয়াৰ মুঠ দৈৰ্ঘ্য হ’ব ৬৯.০৮ কিলোমিটাৰ।

Related Articles

Leave a Reply

Back to top button