অসম
ভাল খবৰ! ভাৰত আৰু নেপালৰ মাজত আৰম্ভ হ’ব ৰেল সেৱা…

এক ভাল খবৰ!
শীঘ্ৰেই ভাৰত আৰু নেপালৰ মাজত আৰম্ভ হ’ব ৰে’ল সেৱা।
২ এপ্ৰিল শনিবাৰে দুয়ো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শ্বেৰ বাহাদুৰ দেউবাই নতুন দিল্লীৰ হায়দৰাবাদ হাউচৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই ৰেল সেৱা উদ্বোধন কৰিব।
এই নতুন ৰে’ল সেৱাৰ জৰিয়তে জয়নগৰ-বিজালপুৰা-বৰদিদাসলৈকে দুয়োখন দেশৰ মাজত সংযোগ স্থাপন কৰিব।
ইয়াৰ মুঠ দৈৰ্ঘ্য হ’ব ৬৯.০৮ কিলোমিটাৰ।