fbpx
অসম

ভয়ংকৰ দুৰ্ঘটনা! যাত্ৰীবাহী নৈশ বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, এজনৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী নৈশ বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, এজনৰ মৃত্যু।

কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

ইপিনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পথাৰত পৰিল বাছখন।

থিতাতে নিহত বাছখনৰ এজন যাত্ৰী।

নিহত দেৰগাঁৱৰ ভকতগাঁৱৰ জিণ্টু বৰা।

Related Articles

Back to top button