fbpx
অসম

বিত্তমন্ত্ৰী অজন্তা নেওগ অসুস্থ, GMCHত চিকিৎসাধীন…

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ অসুস্থ।

টাইফয়েডত আক্ৰান্ত হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগ।

1 2 1

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে মন্ত্ৰীগৰাকী।

অসুস্থ হৈ পৰাত তিনিদিন পূৰ্বে বিত্তমন্ত্ৰী নেওগক ভৰ্তি কৰোৱা হৈছিল GMCHত।

সম্প্ৰতি অজন্তা নেওগৰ স্বাস্থ্য কিছু সুস্থ হৈছে বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!