মাজুলীত বাল্যবিৱাহেৰে জড়িত ২৪ অভিযুক্তৰ জামিন মঞ্জুৰ।
জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।
২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা নকৰাৰ বাবে জামিন মঞ্জুৰ।
অভিযুক্তৰ সাক্ষ্যও গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে।
আৰক্ষীৰ গাফিলতিক সমালোচনা আদালতৰ।
নিশা ১০ বজাত ২৪ জনকৈ স্বামীক জামিন মঞ্জুৰ কৰে আদালতে।