বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪০ শতাংশ অঞ্চল জলমগ্ন…

বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪০ শতাংশ বুৰ গৈছে বাঢ়নী পানীত।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ১৩ টাকৈ বন শিবিৰ বুৰাই পেলাইছে বানে৷

উদ্যানখনৰ দক্ষিনে ব্ৰহ্মপুত্ৰ নৈ আৰু পশ্চিমে ধনশ্ৰী নৈ, পাছনৈ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱ-জন্তুৰ প্ৰতি ভাবুকী ভাবুকি কঢ়িয়াই আনিছে।

উদ্যানখনৰ অমূল্য, ৰৌমাৰী, ৰাঙাগৰা, ভৱপূৰ, বেজিমাৰী, নিচলামাৰি, বিলপাৰ, কাহিবাৰী, খেৰণি, পিচলা, বেলছৰি, বৰখে, খৈৰাচালি আদি বন শিবিৰ অধিক জলমগ্ন হৈ পৰিছে।

IMG 20220520 WA0006

ইপিনে বানপানীৰ মাজতো হাত নাঁৱেৰে, পানীত খোজকাঢ়ি বনকৰ্মীসকলে অতি কষ্টেৰে টহল দিব লগা হৈছে।

ইয়াৰ ভিতৰত ৯ টা বন শিবিৰ আটাইতকৈ বেছি জলমগ্ন হৈছে বুলি জানিব পৰা গৈছে।

Leave a Comment