অসম

বহু প্ৰত্যাশিত চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা…

বহু প্ৰত্যাশিত চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা।

৫ জানুৱাৰীত অনুষ্ঠিত হ’ব মৌখিক পৰীক্ষা।

যাৰ বাবে ২৯ ডিচেম্বৰত লিখিত পৰীক্ষাত উত্তীৰ্ণই পাব এডমিট কাৰ্ড।

প্ৰায় ১৩ হাজাৰ পদৰ বাবে হ’ব মৌখিক পৰীক্ষা।

www.sebaonline.org ত লাভ কৰিব পাৰিব এডমিট কাৰ্ড।

উল্লেখ্য যে, লিখিত পৰীক্ষাত প্ৰায় ২৬ হাজাৰ প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল।

Related Articles

Back to top button