অসম
বহু প্ৰত্যাশিত চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা…

বহু প্ৰত্যাশিত চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা।
৫ জানুৱাৰীত অনুষ্ঠিত হ’ব মৌখিক পৰীক্ষা।
যাৰ বাবে ২৯ ডিচেম্বৰত লিখিত পৰীক্ষাত উত্তীৰ্ণই পাব এডমিট কাৰ্ড।
প্ৰায় ১৩ হাজাৰ পদৰ বাবে হ’ব মৌখিক পৰীক্ষা।
www.sebaonline.org ত লাভ কৰিব পাৰিব এডমিট কাৰ্ড।
উল্লেখ্য যে, লিখিত পৰীক্ষাত প্ৰায় ২৬ হাজাৰ প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল।