অসম
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ, চিকিৎসালয়ত ভৰ্তি…

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ।
গুৰুতৰভাৱে অসুস্থ মহন্তক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে মহন্তক।
নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰাব লগীয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক।