নাগালেণ্ড
নাগালেণ্ডত পুনৰ ৬মাহলৈ বৃদ্ধি AFSPAৰ সময়সীমা…

নাগালেণ্ডত পুনৰ বৃদ্ধি AFSPAৰ সময়সীমা।
সহস্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰৰ।

বৃহস্পতিবাৰৰ পৰা বৃদ্ধি হব এই সময়সীমা।
বৃহস্পতিবাৰৰ পৰাই কাৰ্যকৰী হোৱাকৈ সময়সীমা বৃদ্ধি।
এইক্ষেত্ৰত কেন্দ্ৰৰ ৰাজপত্ৰিত অধিসূচনা জাৰি।
উল্লেখ্য যে, AFSPA বাতিলৰ দাবীত নাগালেণ্ডত বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ মাজতে এই সিদ্ধান্ত কেন্দ্ৰৰ।
