
নিউজ ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনটোতে দেশবাসীলৈ এক অনন্য উপহাৰ চৰকাৰৰ।
১ জানুৱাৰীৰ দিনটোতে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।
২৫ টকাকৈ বৃদ্ধি কৰা হৈছে প্ৰতিটো ১৯ কেজিৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।
সমগ্ৰ দেশজুৰি কৰা হৈছে এই বৃদ্ধি।
নতুন বছৰৰ প্ৰথম দিনটোতে জনতাৰ ওপৰত মাধমাৰ শোধাই এই উপাহৰ চৰকাৰৰ।
অৱশ্যে বৃদ্ধি কৰা হোৱা নাই ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।