অসমীয়াঅৰুণাচল প্ৰদেশ

দুঃখবৰ! অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ভাৰতীয় সেনাৰ দুয়োগৰাকী পাইলট…

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত সংঘটিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুয়োগৰাকী পাইলট।

এই তথ্য নিশ্চিত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।

ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ লেফটেনেন্ট কৰ্ণেল ভি ভি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত এ।

335659294 167415669448837 8278591003629357901 n
RemasterDirector_5122f8b34

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ ব’মডিলাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন।

335474193 1257151041896674 1020283273111729132 n

অপাৰেশ্যনেল ছৰ্টী উৰণৰ সময়ত পুৱা প্ৰায় ৯.১৫ বজাত হেলিকপ্টাৰখনে এটিচিৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়।

335112014 748927696741646 4804146594420778102 n

সেনাই জনোৱা মতে, বমডিলাৰ পশ্চিমৰ মাণ্ডলাৰ সমীপত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাৰ পিছত দুয়োগৰাকী পাইলটৰ সন্ধানত অভিযান চলায় বায়ু সেনা, আৰক্ষী আৰু এছএছবিয়ে।

335136883 1539518766532894 5564044184113156801 n

দীৰ্ঘসময় ধৰি চলোৱা অভিযানৰ অন্তত মাণ্ডলাৰ পূব ভিলেজ বাংলাজাপৰ ওচৰত উদ্ধাৰ হয় হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ।

লগতে চাওকঃ

অৱশেষত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বৰ্ষাশ্ৰী! গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিলে ৰায়…

photo 2023 03 16 17 15 48