অসম

চাঞ্চল্যকৰ! স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিশা গুলীচালনাৰ ঘটনা….

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত তিনিচুকীয়াত নিশা গুলী চালনাৰ ঘটনা।

শনিবাৰে মাজনিশা এখন চাৰিচকীয়া বাহনলৈ এক জাঁই গুলী নিক্ষেপ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ এটা টহলদাৰী দল সষ্টম হৈ থকাৰ সময়তে এখন চাৰিচকীয়া বাহনক ৰখিবলৈ নিৰ্দেশ দিছিল।

কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ীখনে পলায়ণ কৰাৰ বাবে গুলীচালনা কৰে আৰক্ষীয়ে।

গাড়ীখনলৈ লক্ষ্য কৰি আৰক্ষীয়ে এক ৰাউণ্ড গুলীচালনা কৰে৷

মাজনিশাৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ব্যৱসায় নগৰখনত।

Related Articles

Back to top button