fbpx
অসম

চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকাক দাৰে ঘপিয়াই হত্যাৰ অপচেষ্টা উদণ্ড প্ৰেমিকৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন…

এক চাঞ্চল্যকৰ ঘটনা।

প্ৰেমিকাক দাৰে ঘপিয়াই হত্যাৰ অপচেষ্টা উদণ্ড প্ৰেমিকৰ।

দেওবাৰে নিশা মাৰ্ঘেৰিটাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

মাৰ্ঘেৰিটাৰ ষ্টেচনপাৰাৰ আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে এগৰাকী যুৱতীক।

ডিঙি আৰু মূৰত যথেষ্ট আঘাত পোৱা যুৱতীগৰাকীৰ বৰ্তমান অৱস্থা সংকটজনক৷

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই।

প্ৰেমিক আকাশ দত্ত এজন ড্ৰাগছ আসক্ত যুৱক বুলি জানিব পৰা গৈছে।

যুৱকজনে পূৰ্বেও আক্ৰমণ কৰিছিল প্ৰেমিকাক।

ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে প্ৰেমিক আকাশ দত্ত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!