fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১৪ মে’, শনিবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। সমাজত সন্মান বৃদ্ধি পাব। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। পিতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আপুনি কৰ্মস্থানত যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিব পাৰে। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ব্যবসায়ত মনোযোগ দিয়ক।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। আজি আপুনি মানসিকভাৱে সুখ অনুভৱ কৰিব। আপুনি নতুন ঠাইলৈ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। ব্যবসায়ত উন্নত। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আকাংক্ষিত বস্তুটো পোৱাৰ সম্ভাৱনা আছে। ভাল কামৰ প্ৰতি আগ্ৰহ থাকিব। আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা সুখী সময় অতিবাহিত কৰিব। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। অত্যাধিক খং পৰিহাৰ কৰক। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

সিংহ ৰাশি- অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। আপুনি এক ধৰ্মীয় কাৰ্যসূচীত অংশগ্রহণ কৰিব পাৰে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। আপুনি কিছু ভাল খবৰ লাভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি আত্মীয় জনৰ মনত আঘাত লগা কাম নকৰিব। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। আজি আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। আজি আপুনি আপোনাৰ জ্ঞানেৰে আনক প্ৰভাৱিত কৰিবলৈ সক্ষম হ’ব। বাহিৰত খাদ্য খোৱাৰ পৰা সাৱধান হওক। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। আজি আপোনাৰ সমাজত সন্মান বৃদ্ধি পাব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। নহ’ব। আজি আপুনি অত্যাধিক খং পৰিহাৰ কৰক। বাৰ্তালাপৰ সময়ত সাৱধান হওক। ব্যবসায়ত লোকচানৰ সন্মুখীন হ’ব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আপুনি আপোনাৰ পৰিয়ালৰ বিষয়ে চিন্তিত হ’ব। অত্যাধিক খং পৰিহাৰ কৰক। আজি আপুনি এজন পুৰণি বন্ধুক লগ পাব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। এজন পুৰণি বন্ধুৰ সৈতে ফোনত কথা হ’ব পাৰে। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

মীন ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। পৰিয়ালটোত সুখৰ পৰিৱেশ থাকিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ’ব। মাতৃৰ সমৰ্থন লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!