fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৭ ফেব্ৰুৱাৰী, মঙলবাৰ

মেষ ৰাশি- মন সুখী হ’ব, কিন্তু কথা-বতৰাত ভাৰসাম্য ৰক্ষা কৰক। ব্যৱসায় বৃদ্ধি হ’ব। বন্ধুৰ পৰাও ব্যৱসায় এটাৰ প্ৰস্তাৱ ল’ব পাৰে। ব্যৱসায়ৰ পৰা আয় বৃদ্ধি পাব। ঘৰুৱা সমস্যাৰ প্ৰতি গুৰুত্ব দিয়ক। দাম্পত্য সুখ বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতানৈক্য ঘটিব পাৰে।

বৃষ ৰাশি- পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব। শিক্ষামূলক কামত সফলতা লাভ কৰিব। শিক্ষাৰ কামত বহিঃৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে। শাসকীয় প্ৰশাসনৰ পৰা দিয়া হ’ব সহায়। ভাই-ভনীৰ সহযোগিতা থাকিব। বাহন আদি ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আনৰ সহায় পাব।

মিথুন ৰাশি- মন সুখী হ’ব। পাৰিবাৰিক জীৱন সুখী হ’ব। শৈক্ষিক কামে সুখকৰ ফলাফল প্ৰদান কৰিব। ব্যৱসায় বৃদ্ধি হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। ৰাজনীতিৰ সৈতে জড়িত সকলে সুখবৰ লাভ কৰিব পাৰে। মাতৃৰ পৰা ধন লাভ কৰিব পাৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- বাক্যত মধুৰতা থাকিব, কিন্তু ধৈৰ্য্যৰ অভাৱ হ’ব। মানসিক শান্তিৰ বাবে চেষ্টা কৰক। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বন্ধুৰ সহায়ত বিনিয়োগ কৰিব পাৰে। দূৰ ভ্ৰমণ পাৰিলে আজি পৰিহাৰ কৰক। সামাজিক কামত সন্মান লাভ কৰিবলৈ সক্ষম হব।

সিংহ ৰাশি- মন সুখী হ’ব। চাকৰিৰ সাক্ষাৎকাৰ আদিত সফল হ’ব। বাহনৰ আনন্দ বাঢ়িব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। ভাল অৱস্থাত থাকিব লাগে। সুস্বাদু খাদ্যৰ প্ৰতি আগ্ৰহী হ’ব। শৈক্ষিক কামত বাহিৰলৈ যোৱাৰ সুযোগ পাব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

কন্যা ৰাশি- আত্মবিশ্বাস সবল হৈ থাকিব, কিন্তু মনটোও বিচলিত হ’ব পাৰে। পৰিয়ালৰ সমৰ্থন পাব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। পৰিশ্ৰম অধিক হব। মানসিক চাপৰ পৰা আঁতৰি থাকক। ধন লাভ কৰিব পাৰে। অৱশ্যে ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখক।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

বৃশ্চিক ৰাশি- আত্মবিশ্বাস পূৰ্ণ হ’ব। বাক্যৰ প্ৰভাৱ বাঢ়িব। চাকৰিটোত পদোন্নতিৰ সুযোগ থাকিব পাৰে। আয় বৃদ্ধি হ’ব যদিও কামৰ বোজা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বাহন লাভ কৰিব পাৰিব। পিতৃৰ সমৰ্থনত ব্যৱসায় বৃদ্ধি কৰিব পাৰে। অৱশ্যে ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক।

ধনু ৰাশি- ধৈৰ্য্য বজাই ৰাখিবলৈ চেষ্টা কৰক। শিশুৰ স্বাস্থ্যৰ যত্ন লওক। গৱেষণাৰ কামত বহিঃৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে। শাসকীয় প্ৰশাসনৰ পৰা দিয়া হ’ব সহায়। ধন লাভ কৰিব পাৰে। অৱশ্যে ব্যয় নিয়ন্ত্ৰণত ৰাখক। বন্ধুৰ সৈতে বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক।

তুলা ৰাশি- মন সুখী হ’ব। তাৰোপৰি বহুত আত্মবিশ্বাসৰ সৃষ্টি হ’ব। শৈক্ষিক বা গৱেষণামূলক কামৰ বাবে আন কোনোবা ঠাইলৈ যাব পাৰে। পৰিয়ালৰ পৰা আঁতৰি থাকিব লাগিব পাৰে। কঠোৰ পৰিশ্ৰম বেছি হ’ব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। ঘৰত ধৰ্মীয় কাৰ্যসূচী থাকিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি– ধৈৰ্য্য ধৰিব। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ বাবে আন কোনোবা ঠাইলৈ যোৱাৰ সম্ভাৱনা আছে। বিতৰ্কৰ পৰা আঁতৰি থাকক। কৰ্মক্ষেত্ৰত অনুকুল পৰিস্থিতি থাকিব। পত্নীৰ পৰামৰ্শত গুৰুত্ব দিয়ক।

কুম্ভ ৰাশি- মন সুখী হ’ব। পাব মাতৃৰ সংগ। চাকৰিটোত বিষয়াসকলৰ সহযোগিতা থাকিব। প্ৰগতিৰ পথ প্ৰশস্ত হব। আয় বাঢ়িব, কিন্তু খৰচো বাঢ়িব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। ব্যৱসায় সংক্ৰান্তিয় সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে অভিজ্ঞজনৰ পৰামৰ্শ গ্ৰহণ কৰক। মিঠা খাদ্যৰ প্ৰতি আগ্ৰহ বাঢ়িব।

মীন ৰাশি- আত্মবিশ্বাস বহুত থাকিব, কিন্তু মন অশান্ত হব পাৰে। শিশুৰ স্বাস্থ্যৰ যত্ন লওক। আয় হ্ৰাস আৰু ব্যয়ৰ অতিৰিক্ত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। কৰ্মক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম হ’ব। বন্ধুৰ পৰাই প্ৰতাড়িত হ’ব পাৰে। ভ্ৰমণৰ যোগ আছে। অৱশ্যে এই ভ্ৰমণ বিৰক্তিকৰ প্ৰমাণিত হব।

Related Articles

Back to top button