
বিগত ২৪ ঘন্টাত ৰাজ্যত দ্বিতীয়টাে ভূমিকম্পৰ জােকাৰণি।
দেওবাৰে বিয়লি ৪ বাজি ১৮ মিনিটত ৪.੦ প্ৰাবল্যৰ ভূমিকম্পৰ জােকাৰণিৰ পিছত সােমবাৰে দিনৰ ১১ বাজি ৫৭ মিনিটত দ্বিতীয়টাে ভূমিকম্পৰ জােকাৰণি।
এইবাৰ ইয়াৰ প্ৰাবল্য আছিল ৰিখ্টাৰ স্কেলত ৩.২। উৎপত্তি স্থলঃ হােজাই।
Lat: 26.05 N, Long: 93.01 E
উল্লেখ্য যে দেওবাৰে অনুভূত ভূমিকম্পৰ কেন্দ্ৰস্থল নগাওঁ আছিল।
এই সন্দৰ্ভত বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰা তথ্যঃ
Date: 13/02/2023
M: 3.2
Time: 11:57:27 IST
Lat: 26.05 N
Long: 93.01 E
Depth: 10 Km
Region: Hojai, Assam
দেওবাৰৰ ভূমিকম্পৰ সবিশেষঃ
Date: 12/02/2023
M: 4.0
Time: 16:18:17 IST
Lat: 26.10 N
Long: 92.72 E
Depth: 10 Km
Region: Nagaon, Assam