fbpx
ৰাষ্ট্ৰীয়

উৎকোচ লৈ গ্ৰেপ্তাৰ আপ(AAP)ৰ বিধায়ক অমিত ৰতন কোটফাট্টা…

এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী বিধায়ক।

উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পাঞ্জাৱৰ আপৰ বিধায়ক।

পাঞ্জাৱৰ আম আদমি পাৰ্টীৰ বিধায়ক অমিত ৰতন কোটফাট্টাক গ্ৰেপ্তাৰ।

বিধায়ক গৰাকীৰ বিৰুদ্ধে ঠিকাদাৰৰ বিল মোকলোৱাৰ নামত ৪ লাখ টাকা উৎকোচ লোৱাৰ অভিযোগ।

উল্লেখ্য যে, ১৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল বিধায়কগৰাকীৰ ব্যক্তিগত সহায়ক।

Related Articles

Back to top button