fbpx
অসমীয়াঅসম

উত্তৰ-পূবৰ যুৱ প্ৰজন্মক সেনাত যোগদানৰ আহ্বান সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ

নিউজ ডেস্কঃ পাথৰিঘাটত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা।

কৃষক শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ সেনা বিষয়াগৰাকীক।

তাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে সেনাৰ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই।

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক ভাৰতীয় সেনা বাহিনীত যোগদানৰ বাবে আহ্বান জনায় তেওঁ।

উল্লেখ্য যে, পাথৰিঘাটত ২০০১ চনত ভাৰতীয় সেনাই নিৰ্মাণ কৰিছিল কৃষক শ্বহীদৰ স্মাৰক।

তেতিয়াৰে পৰা প্ৰতি বছৰে স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে ভাৰতীয় সেনাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!