fbpx
অসম

আৰক্ষীৰ জালত ৰঞ্জিত বৰা হত্যাকাণ্ডৰে জড়িত দুজনকৈ দুৰ্ধৰ্ষ ডকাইত…

আৰক্ষীৰ জালত ৰঞ্জিত বৰা হত্যাকাণ্ডত জড়িত দুজনকৈ দুৰ্ধৰ্ষ ডকাইত।

হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রেপ্তাৰ কৰা হৈছে দুয়োজনক।

জাপৰীগোগৰ পৰা গ্রেপ্তাৰ এলবিন নামৰ এজন অপৰাধীক।

অল আছাম নেশ্যনেল লিবাৰেচন আৰ্মিৰ সদস্য এলবিন।

আনহাতে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰঞ্জিত বৰা হত্যাকাণ্ডৰে জড়িত আন এটা ডকাইতক৷

লখিমপুৰৰ দলৌহাটৰ পৰা গ্ৰেপ্তাৰ প্ৰাঞ্জল শইকীয়া নামৰ ডকাইতটোক৷

লখিমপুৰৰ জগদম্বা হাৰ্ডৱেৰ ডকাইতিকাণ্ডৰে জড়িত প্ৰাঞ্জল শইকীয়া৷

২০২১ৰ মাৰ্চত জগদম্বা হাৰ্ডৱেৰত সংঘটিত হৈছিল ডকাইতিকাণ্ড, লুটি নিছিল ১১ লাখ টকা৷

এটা পিষ্টল, এটা মেগজিন, এজাঁই সক্ৰিয় গুলী জব্দ প্ৰাঞ্জল শইকীয়াৰ পৰা৷

Related Articles

Back to top button