fbpx
অসম

আলফা(স্বাঃ)লৈ যোৱাৰ চেষ্টা চলাই পুনৰ আৰক্ষীৰ জালত পৰিল এজন যুৱক…

পুনৰ আলফা(স্বাঃ)লৈ যোৱাৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিল এজন যুৱক।

ৰূপহীহাট আৰক্ষীয়ে তাৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক।

আটকাধীন যুৱকজন আনাৰুল হক বুলি জানিব পৰা গৈছে।

যুৱকজনে আলফাৰ ফেচবুক পেজৰ জৰিয়তে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদানৰ প্ৰচেষ্টা চলাইছিল বুলি আক্ষীয়ে সদৰি কৰে।

ৰূপহীহাট আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰি অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, সামাজিক মাধ্যমত আলফা সমৰ্থনত মন্তব্য কৰি কাৰাগাৰত আছে ৰাজ্যৰ কেইবাজনো যুৱক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!