অসম
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সিদ্ধান্তঃ দুগুণ বাঢ়িল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ ভাড়া…

ফেৰী সেৱাৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।
দুগুণ বাঢ়িল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ ভাড়া।
২.৫০ টকাৰ ঠাইত ৫ টকালৈ বৃদ্ধি কৰা হৈছে ভাড়া।
সেইদৰে চাইকেলসহ এতিয়াৰে পৰা ভাড়া হ’ব ৯ টকা।
উল্লেখ্য যে, প্ৰতিদিনে বৃদ্ধি হৈ অহা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয় জুৰুলা কৰিছে সাধাৰণ জনতাক।
আজিৰ দিনটোতে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰো দাম ৫০ টকাকৈ বৃদ্ধি পাইছে।