পদক জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছত ট্ৰেকত নামিব ‘ধিং এক্সপ্ৰেছ’ হিমা দাস।
২০০ মিটাৰ দৌৰত অংশ ল’ব হিমা দাসে।
বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব হিমা দাসৰ খেল।
দেশবাসীৰ দৃষ্টি নিবদ্ধ ধিং এক্সপ্ৰেছ হিমা দাসৰ ওপৰত।
কমনৱেলথ গেমছত হিমাৰ পৰা এটা পদক আহিব বুলি এতিয়া আশা কৰিছে সমগ্ৰ দেশবাসীয়ে।
ইফালে, কমনৱেলথৰ পৰা বাহিৰ হ’ল লাভলীনা বৰগোহাঁই।
অসমবাসীৰ লগতে আমিও হিমালৈ যাছিলোঁ অফুৰন্ত শুভেচ্ছা।
ৱেলছৰ বক্সাৰ ৰ’জী একলেজৰ হাতত পৰাস্ত হয় অসম কন্যা লাভলীনা।