fbpx
অসম

অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ মন্তব্যঃ নাম কটা যাব এইসকল লোকৰ…

ভুৱাকৈ অৰুণোদয় আঁচনিৰ ধন লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ

এইবাৰ অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

নাম কৰ্তন হ’ব অৰুণোদয় আঁচনিৰ পৰা বহু লোকৰ।

ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এটা বিশেষ দলে তন্ন তন্নকৈ পৰীক্ষা কৰিব হিতাধিকাৰীৰ সকলো নথিপত্ৰ তথা আঁচনিৰ অৰ্হতাৰ প্ৰমাণ পত্ৰ ৷

42 1

৭ জুলাইৰ পৰা ৰাজ্যত আৰম্ভ হব অৰুণোদয় সপ্তাহ। 

নতুনকৈ চাকৰি পোৱা লোকে এৰিব লাগিব অৰুণোদয় আঁচনি।

২০ হাজাৰ এন চি চি কেডেটে ঘৰে ঘৰে চলাব অভিযান। 

এখন গাঁওৰ বিপৰীতে দল হিচাপে যাব তিনিজনকৈ কেডেট। 

নাম কৰ্তন হোৱাৰ বিপৰীতে অন্তৰ্ভুক্ত হ’ব আঁচনিত নতুন হিতাধিকাৰীৰ নাম।

লগতে চাওকঃ

লাডাখৰ বাইক যাত্ৰা সম্পূৰ্ণ কৰি পুনৰ ঘৰলৈ উভতি ঘূৰি নাহিল অভিযন্তা নিতু ৰাজকোঁৱৰ

G4 6

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!