fbpx
অসম

অসম চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক! আনে গোৱা গীতৰ বাবে বঁটা গ্ৰহণ নাহিদ আফ্ৰিনৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

অসম চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক।

শ্ৰেষ্ঠ নেপথ্য শিল্পীৰ বঁটাক লৈ বিতৰ্ক।

আনে গোৱা গীতৰ বাবে বঁটা গ্ৰহণ নাহিদ আফ্ৰিনৰ।

‘নিজানৰ গান’ ছবিৰ ‘নীলাতে লুকা-ভাকু’ শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ নেপথ্য শিল্পীৰ বঁটা প্ৰদান কৰা হয় নাহিদ আফ্ৰিনক।

উল্লেখ্য যে, ‘নীলাতে লুকা-ভাকু’ গীতটিত কণ্ঠদান কৰাই নাছিল কণ্ঠশিল্পী নাহিদ আফ্ৰিনে।

গীতটিৰ কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱীয়ে।

গীতটিৰ বিষয়ে অৱগত হৈয়ো নাহিদে বঁটা গ্ৰহণ কৰাৰ অভিযোগ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!