অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি…

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত সালসলনি।

দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰৰ SP হিচাপে বদলি।

শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনৱাটক মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক শাখাৰ AIG হিচাপে বদলি।

প্ৰথম ATPFৰ অধিনায়ক ৰাজমোহন ৰয়ক দৰঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

৪ৰ্থ APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক অতিৰিক্ত দায়িত্ব। বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ অতিৰিক্ত দায়িত্ব প্ৰদান চেতিয়াক।

246
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি... 3

প্ৰথম APBnৰ অধিনায়ক যুৱৰাজক চৰাইদেউৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

ডেপুটেশ্যনলৈ যাব প্ৰশাসনিক শাখাৰ AIG অমনজিৎ কৌৰ।

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ SP নবীন সিঙক বিশ্বনাথৰ SP হিচাপে বদলি।

চৰাইদেউৰ আৰক্ষী অধীক্ষক শুধাকৰ সিঙক DCP (East) হিচাপে গুৱাহাটীলৈ বদলি।

গুৱাহাটীৰ DCP (East) শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

শদিয়াৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাক যোৰহাটৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

নলবাৰীৰ ASP পুস্কিন জৈনক পদোন্নতিসহ শদিয়াৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলেক নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক অজাগৌৰা বসুমতাৰীক তিতাবৰৰ তৃতীয় APBn লৈ বদলি।

৩নং বেটেলিয়নৰ অধিনায়ক ইমদাদ আলীক পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

লগতে চাওকঃ

লীনা দলেক নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি

photo 2022 04 07 14 20 22
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি... 4

Leave a Comment