অসম

অ’মিক্ৰন বৃদ্ধি পালে বাঢ়িব নিষেধাজ্ঞাঃ মুখ্যমন্ত্ৰী…

অমিক্ৰন বৃদ্ধি পালে বাঢ়িব নিষেধাজ্ঞা।

বছৰৰ প্ৰথম দিনটোতে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

শনিবাৰৰ পৰা পুনৰ বলৱৎ হ’ব নৈশ সান্ধ্য আইন।

ক’ভিডৰ SOP অনুসৰি নিশা ১১.৩০ বজাৰ পৰা নৈশ সান্ধ্য আইন। পূৰ্বৰ দৰে ১০.৩০ বজাতে বন্ধ কৰিবল লাগিব ব্যৱসায়ীক প্ৰতিষ্ঠান।

৩১ ডিচেম্বৰৰ নিশাটোৰ বাবে সান্ধ্য আইন শিথিল কৰিছিল চৰকাৰে।

ভেকচিন নোলোৱা লোকক শীঘ্ৰে ভেকচিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। সুৰাপায়ীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব অভিযান।

চালক আৰু আৰোহীৰ হেলমেট পৰিধানৰ ক্ষেত্ৰতো চলিব অভিযান।

GMCH ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য।

GMCHত ক’ভিডৰ বাবে মুকলি কৰে ২০০খন বিচনা। সাধাৰণ ৰোগীৰ বাবে আজিৰে পৰা ১০০খন বিচনা মুকলি।

নতুন মেডিকেল কলেজ হ’ব ১৩০০ বিচনাযুক্ত।

HSLC আৰু HS পৰীক্ষা সময়মতে অনুষ্ঠিত হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button