fbpx
অসমীয়াঅসম

অভিনেত্ৰী গায়ত্ৰী মহন্তলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী…

নিউজ ডেস্কঃ অৱশেষত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল অভিনেত্ৰী তথা নৃত্যশিল্পী গায়ত্ৰী মহন্তই।

শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে PhD ডিগ্ৰী লাভ কৰে গায়ত্ৰী মহন্তই।

উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ পত্নী গায়ত্ৰী মহন্তৰ গৱেষণাৰ বিষয় আছিল মেঘালয়ৰ লোক উৎসৱ।

এই গৱেষণা সম্পন্ন কৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩০সংখ্যক দীক্ষান্ত সমাৰোহৰ দিনাই অভিনেত্ৰীগৰাকীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে বিশ্ববিদ্যালয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!