অসম

অনুসূচিত জাতিক লৈ বিৰূপ মন্তব্যঃ বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ…

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ।

অনুসূচিত জাতি সম্পৰ্কত কৰা বিৰূপ মন্তব্যৰ পাছতে বিধায়ক গৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অনুসূচিত জাতি ছাত্ৰ-সন্থাৰ কৰ্মকৰ্তা সকলে পুত্তলিকা দাহ কৰে।

গহপুৰ নগৰৰ মাজ-মজিয়াত বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে অখিল গগৈ মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কৰ্মী সকল জালিয়াতি বুলি কোৱা মন্তব্য বিৰুদ্ধে প্ৰতিবাদ।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কৰ্মী সকলৰ বিষয়ে বিধায়ক অখিল‌ গগৈয়ে কৰা মন্তব্যৰ বাবে আনুষ্ঠানিক ভাবে ক্ষমা খুজিবলৈ দাবী জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *