অসম

ভাল খবৰ! ISROৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ অসম কন্যা নাজনীন য়াছমিনৰ…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ!

ISROৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ অসম কন্যা নাজনীন য়াছমিনৰ।

FHIr9z-QVc-AA5-Keh

নাজনীন য়াছমিন

নগাঁৱৰ নাজনীন ইয়াছমিনে কঢ়িয়াই আনিছে এই স্বীকৃতি।

নগাওঁ জিলাৰ বৃহত্তৰ কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন।

নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে নগাওঁবাসী।

বহুজনে এই স্বীকৃতিৰ বাবে নাজনীনক অভিনন্দন জ্ঞাপন কৰিছে।

লগতে চাওকঃ

আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *