মোৰ সৈতে যি ঘটিল, আন কাৰো সৈতে নঘটক! ৮৩ দিনৰ অন্তত হাস্পতালৰ পৰা ঘৰলৈ উভতিল আনন্দ শৰ্মা…
নিউজ ডেস্কঃ সুদীৰ্ঘ ৮৩ দিনৰ অন্তত স্বগৃহলৈ উভতিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা। শনিবাৰে সম্পূৰ্ণ নিৰাপত্তাবেষ্টনীৰ মাজেৰে
Read More