fbpx
ৰাশিফলঅসমীয়া

চাওক আপোনাৰ দৈনিক ৰাশিফল (Horoscope)

দৈনিক ৰাশিফল (Horoscope): ২২ মাৰ্চ, মঙলবাৰ

মেষ ৰাশি- আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সন্ধিয়া কোনো কাৰ্যসূচীত যোগদান কৰিব পাৰে। প্ৰিয়জনৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হব। চাকৰিয়াল সকলে ভ্ৰমণ কৰিবলগা হ’ব পাৰে। স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- আজি আপুনি ভ্ৰমণ কৰিবলগা হ’ব পাৰে। অৱশ্যেই এই ভ্ৰমণ আপোনাৰ বাবে লাভজনক হ’ব। নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। চাকৰিয়াল সকলে আজি অধিক কামৰ বোজা লাভ কৰিব পাৰে। ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ। উপাৰ্জন বৃদ্ধি পাব যদিও ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আজি নিবনুৱা সকলে চাকৰিৰ অফাৰ লাভ কৰিব পাৰে।

মিথুন ৰাশি- আজি আপোনাৰ বিৰোধীসকলেও বন্ধুত্বৰ হাত আগবঢ়াব। নিকটতম কাৰোবাৰ কথাই আজি আপোনাক মানসিক আঘাত দিব পাৰে। সামাজিক স্থানত সন্মান বৃদ্ধি পাব। ঘৰুৱা বিবাদৰ আজি নিষ্পত্তি ঘটিব। ঘৰলৈ অহা অতিথিৰ সৈতে সদ্ভাৱ বৰ্তাই ৰাখক। অত্যাধিক খং পৰিহাৰ কৰক। উপাৰ্জনৰ নতুন বাট মুকলি হ’ব। বন্ধু আৰু পত্নীৰ পৰা সমৰ্থন লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- দীৰ্ঘম্যাদী লাভৰ ক্ষেত্ৰত ষ্টক আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ লাভজনক হ’ব। শিশুৰ ওপৰত আপোনাৰ সিদ্ধান্ত জাপি নিদিব। পত্নীৰ সৈতে সাধাৰণ বিবাদ ঘটিব যদিও দিনান্তত সকলো সহজ হৈ পৰিব। ব্যৱসায়ী সকলে আজি নতুনকৈ বিনিয়োগৰ চিন্তা-চৰ্চা কৰিব পাৰে। ঘৰত কোনো মাংগলিক অনুষ্ঠান সম্পন্ন হ’ব পাৰে। আপোনাৰ দৃষ্টিভংগীয়ে আজি আনক আকৰ্ষিত কৰিব।

সিংহ ৰাশি- আজি আপোনাৰ দিনটো ব্যস্ত সময়সূচীৰে পাৰ হব। আজি, আপুনি ব্যৱসায়িক বিষয়ত কিছু বিশেষ পৰিৱৰ্তন কৰিব পাৰে। কিন্তু পৰিৱৰ্তন কৰাৰ আগতে, আপুনি এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল’ব লাগিব। একে সময়তে, সৰু সৰু লেনদেনবোৰ আপোনাৰ বাবে লাভজনক হ’ব। আজি পাৰিবাৰিক বিষয়ত কিছু বিভ্ৰান্তি হ’ব পাৰে। কাৰোবাৰ সৈতে বিভেদ হোৱাৰ সম্ভাৱনাও আছে। আপুনি বন্ধুবৰ্গৰ সৈতে চিনেমা এখন চোৱাৰ পৰিকল্পনা কৰিব পাৰে।

কন্যা ৰাশি- আজি আপুনি ব্যৱসায়ত ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। আপুনি এই সময়খিনি আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। প্ৰতিযোগিতামূলক কাৰ্যত আজি সফলতা লাভ কৰিবলৈ সক্ষম হব। শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ভালদৰে চালিজাৰি চাওক। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি– এনে কিছুমান ঘটনাই আপোনাক সমস্যাৰ সৃষ্টি কৰিব পাৰে, যাক এৰাই চলা সম্ভৱ নহয়। কিন্তু আপুনি শান্ত হৈ থাকি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব। ব্যয়ৰ অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। আজি আপোনাৰ উপাৰ্জন সীমিত হৈ পৰিব। অত্যাধিক খং পৰিহাৰ কৰি নচলিলে আজি সন্মান লাঘৱ হোৱাৰ আশংকা কৰাছে।

বৃশ্চিক ৰাশি- আজি আপোনাৰ মনলৈ নতুন চিন্তা আহিব। পৰৱৰ্তী কেইদিনমানৰ ভিতৰত এটা ডাঙৰ কামৰ পৰিকল্পনা থাকিব পাৰে। হাতলৈ উপাৰ্জনৰ নতুন সুযোগ আহিব। শৈক্ষিক আৰু বৌদ্ধিক কামৰ সৈতে জড়িত সকলৰ বাবে আজিৰ দিনটো শুভ। অবিবাহিত সকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ সৈতে সদ্ভাৱ বৃদ্ধি পাব। ঘৰত ধৰ্মীয় কাৰ্যসূচী থাকিব পাৰে।

ধনু ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে লাভজনক দিন হ’ব পাৰে। আপুনি পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন পাব পাৰে। কামৰ সফলতা আৰু নতুন কামৰ আৰম্ভণিৰ বাবে আজিৰ দিনটো এটা ভাল দিন হ’ব। বন্ধু আৰু আত্মীয়সকলক লগ পোৱাটো আনন্দদায়ক হ’ব। কৰ্মৰ খাতিৰত আজি আপুনি ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। চাকৰিয়াল সকলে বদলিৰ সুযোগ লাভ কৰিব।

মকৰ ৰাশি- ভুল বুজাবুজিৰ বাবে, আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কিছু বিভেদ হ’ব পাৰে। ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলে আজিৰ দিনটোত অধিক লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ পৰা আৰ্থিক সহযোগিতা লাভ কৰিব পাৰে। আজি দূৰ ভ্ৰমণ পৰিহাৰ কৰি চলক। ঘৰুৱা আচ-বাবৰ নামত ব্যয় বৃদ্ধি হব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হ’ব। দীৰ্ঘদিনৰ পৰা কৰি থকা কোনো পৰিকল্পনা আজি বাস্তৱায়িত কৰিব পাৰে। আজি আপুনি গ্ৰহণ কৰা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভৱিষ্যতৰ বাবে লাভজনক হ’ব। আজি বিত্তীয় পৰিস্থিতি আগৰ তুলনাত অধিক শক্তিশালী হ’ব। অৱশ্যে ধন ব্যয় কৰাৰ ক্ষেত্ৰত আপুনি সাৱধান হ’ব লাগিব।

মীন ৰাশি- কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ সন্মুখীন হ’বলগীয়া হব পাৰে। আপোনাৰ কামৰ বাবে আজি আপুনি কাৰ্যালয়ত প্ৰশংসিত হব। পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰ। চিন্তাশীল কামে আপোনাক সফলতা প্ৰদান কৰিব। পিতৃ-মাতৃৰ সৈতে সদ্ভাৱ বৃদ্ধি পাব। কিন্তু পিতৃৰ স্বাস্থ্যৰ যতন লওক। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। হঠাৎ এজন পুৰণি বন্ধুক লগ পাব পাৰে, যাৰ বাবে আপোনাৰ সন্ধিয়াটো আনন্দদায়ক হব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!