অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু এটা জিৰাফৰ।
বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হয় জিৰাফটোৰ।
২০২০চনত মাইসূৰৰ পৰা অনা হৈছিল দুটা জিৰাফ।
ইয়াৰে ৰঙিলী নামৰ জিৰাফটোৰ মৃত্যু হয়।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে জিৰাফটোৰ মৃতদেহ লৈ যোৱা হৈছে।
ইপিনে মাইকী জিৰাফ জনীৰ ফাচি লাগি মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে।
দানা খোৱা স্থানত ফাচি লাগি মৃত্যু জিৰাফ জনীৰ।









