এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা তীব্ৰবেগী ইক’ স্প’ৰ্ট বাহনৰ।
দুৰ্ঘটনাটোত নিহত হয় APDCLৰ নগাঁও উপ সংমণ্ডল অভিযন্তা দেৱদুলাল শৰ্মা।
আনহাতে গুৰুতৰ বাবে আহত হয় দুজনকৈ লোক।
ৰূপহীহাটৰ বালিকাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ।
নলতলীৰ পৰা নগাঁও অভিমুখে আহি থকা সময়তে সংগঠিত হয় এই পথ দূৰ্ঘটনাটো।
গুৰুতৰভাবে আহত লোক কেইজনক সংকট জনক অৱস্থাত নগাঁওলৈ প্ৰেৰণ কৰা হয়।









