অসম

চাঞ্চল্যকৰ! বিশেষ কাৰাগাৰৰ পৰা পলায়ন কয়দীৰ…

নগাঁওত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

নগাঁও বিশেষ কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন।

পলায়ন কৰা কয়দীটোৰ নাম ইজাজুল হক বুলি জানিব পৰা গৈছে।

কয়দী ইজাজুলৰ ঘৰ নগাঁও চহৰৰ ওচৰৰ কাটিমাৰীত।

বুধবাৰে হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইজাজুলক।

Leave a Reply

Your email address will not be published. Required fields are marked *