অসমঅসমীয়া

বিদ্যুৎস্পৃষ্ট হৈ বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ মৃত্যু

নিউজ ডেস্ক। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিৱপুৰত শোকাৱহ ঘটনা।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটি আপুৰূগীয়া সোণালী বান্দৰ।

উল্লেখ্য যে জিলাখনৰ কাকজানৰ সংৰক্ষিত বনাঞ্চলৰ বিখ্যাত সোণালী বান্দৰৰ বাবে।

পুৱা শিৱ বাৰীত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে এটি দুষ্প্ৰাপ্য সোণালী বান্দৰৰ।

সোণালী বান্দৰটো প্ৰাপ্তবয়স্ক বুলি জানিব পৰা গৈছে।

260384421-2566353763508222-2766320597579191315-n

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিছিল সোণালী বান্দৰৰ জাকটো।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অঞ্চলটােত বিদ্যুৎস্পৃষ্ট হৈ সােণালী বান্দৰৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

এনে ঘটনাই প্ৰকৃতিপ্ৰেমীসকলৰ মাজত শােকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *