গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।
নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক।
মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।
একেটা কোঠাতে শুইছিল দুয়োজন ভাই ককাইষ
কিবা কথাত কাজিয়া লাগিছিল দুয়ো জনৰ মাজত।
দুয়োজন ড্ৰাগছ আসক্ত আছিল।
জিন্তু দাস নামৰ সৰু ভায়েকে ককায়েক কমল দাসক হত্যা কৰে।
নিশা শুই থকাৰ অৱস্থাতে হত্যা কৰে বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত চন্দমৰী আৰক্ষী।









