অসম

২০২২ চনৰ ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হ’ব পৌৰ সভা আৰু পৌৰ নিগমৰ নিৰ্বাচন

২০২২ চনৰ ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হ’ব পৌৰ সভা আৰু পৌৰ নিগমৰ নিৰ্বাচন।

বঙাইগাঁৱত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

নিৰ্বাচন আয়োগে ইয়াৰ বাবে যাবতীয় প্ৰস্তুতি চলাই আছে বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।

ৰাজ্যত ৮৪ খন পৌৰসভা আৰু পৌৰনিগমৰ নিৰ্বাচন আনুষ্ঠিত কৰিব আয়োগে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পৌৰসভা আৰু পৌৰনিগমৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *