অসম

ঋণগ্ৰস্ত মহিলাক সকাহঃ ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধ প্ৰক্ৰিয়া…

মাইক্ৰ’ ফাইনেন্সৰ ঋণত জুৰুলা হোৱা মহিলাসকললৈ ভাল খবৰ।

২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাইক্ৰ’ ফাইনেন্সৰ ঋণ পৰিশোধ প্ৰক্ৰিয়া।

২৮ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ৰাজ্যত চলিব ৰাজসাহায্য প্ৰদান প্ৰক্ৰিয়া।

প্ৰথম পৰ্যায়ত ১০ জিলাৰ আত্মসহায়ক গোটৰ মহিলাক দিব ৰাজসাহায্য।

শোণিতপুৰ জিলাৰ তেজপুৰত এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৫৯,০০০ মহিলাক প্ৰদান কৰিব চেক।

শোণিতপুৰৰ ৫৯ হাজাৰ ঋণগ্ৰস্ত মহিলাক দিব ২৫ হাজাৰ টকাকৈ ৰাজসাহায্য।

তেজপুৰত এই ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগে।

Leave a Reply

Your email address will not be published. Required fields are marked *