৫ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক।
হাইলকান্দি থানাৰ পৰা পৰিদৰ্শক জনক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
হাতে-লোটে আটক হোৱা উপ-পৰিদৰ্শকজনৰ নাম সুধন্য ভট্টাচাৰ্য।
হাইলাকান্দি থানাত নিয়োজিত হৈ আছিল উপ-পৰিদৰ্শকজন।
মাটি-বাৰী সংক্ৰান্ত গোচৰ নিষ্পত্তিৰ বাবে লৈছিল ৫ হাজাৰ টকা উৎকোচ।









