তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাক দলৰ পৰা বহিষ্কাৰ ৰাজ্যিক বিজেপিৰ

নিউজ ডেস্ক। অৱশেষত বিজেপি দলৰ প্ৰাথমিক সদস্যতাৰ পৰাই বহিষ্কৃত হ’ল তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱা।

বিগত দীৰ্ঘদিন ধৰি আভ্যন্তৰীণ কন্দলত জৰ্জৰিত পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱাক দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত দলৰ পৰা অপসাৰণ কৰা হৈছে।

image 165
তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাক দলৰ পৰা বহিষ্কাৰ ৰাজ্যিক বিজেপিৰ 3

ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ নিৰ্দেশমৰ্মে বৰুৱাক নিলম্বন কৰা হৈছে।

image 164
তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাক দলৰ পৰা বহিষ্কাৰ ৰাজ্যিক বিজেপিৰ 4

এই সন্দৰ্ভত ২৭ ডিচেম্বৰত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাৰ স্বাক্ষৰিত পত্ৰত এই নিলম্বনৰ কৰা প্ৰকাশ পাইছে।