উচ্ছেদ অভিযান বন্ধ কৰিবলৈ গৈ আটক বিধায়ক শ্বেৰমান আলী…

বাঘবৰৰ বিধায়ক শ্বেৰমান আলিক পুনৰ আটক।

উচ্ছেদ অভিযান বন্ধ কৰিবলৈ গৈ আটক হ’ল বিধায়কগৰাকী।

উচ্ছেদ বন্ধ কৰিবলৈ গৈছিল বিধায়ক শ্বেৰমান আলী।

সত্ৰ কনৰাত চলিছিল উচ্ছেদ অভিযান।

উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ দি ধৰ্ণাত বহিছিল শ্বেৰমান আলী।